অসম বিশ্ববিদ্যালয়ত বিত্ত বিষয়া নিযুক্তি

অসম বিশ্ববিদ্যালয়ত বিত্ত বিষয়া নিযুক্তি

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে বিত্ত বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
Published on

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ ১৫জুলাই, ২০২০ত সৰ্বোচ্চ ৫৭বছৰ।

দৰমহাঃ মাহিলী ১, ৪৪,২০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৭-২০২০।

সবিশেষ জানিবলৈ http://www.aus.ac.in/wp-content/uploads/2020/06/EMPLOYMENT-2-2020.pdf চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com