অসম বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০
অসম বিশ্ববিদ্যালয় ডিফু কেম্পাছে এবছৰীয়া কনজিউমাৰ ৱেলফেয়াৰ ফাণ্ড প্ৰজেক্ট “CAPACITY BUILDING ON CONSUMER RIGHTS AMONG THE PEOPLE OF HILL DISTRICTS OF ASSAM” ৰ বাবে ৰিচাৰ্চ এচিচটেন্ট, কনচালন্টেট, ফিল্ড ইনভেচটিগেটৰ আদিৰ খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
১/পদৰ নাম : কনচালন্টেট
পদৰ সংখ্যা: ০১
শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ লগতে কনজিউমাৰ ৰাইটচত জ্ঞান থকাৰ লগতে কম্পিউটাৰত অভিজ্ঞতা।
২/পদৰ নাম: ৰিচাৰ্চ এচচিয়েট
পদৰ সংখ্যা: ০১
শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ লগতে কনজিউমাৰ ৰাইটচত জ্ঞান থকাৰ লগতে কম্পিউটাৰত অভিজ্ঞতা।
৩/ পদৰ সংখ্যা: ফিল্ড ইনভেস্টিগেটৰ
পদৰ সংখ্যা: ০৩
শিক্ষাগত অৰ্হতা: স্নাতক লগতে কনজিউমাৰ ৰাইটচত ফিল্ড ৰিচাৰ্চৰ অভিজ্ঞতা লগতে কম্পিউটাৰ জ্ঞান থকা আৱশ্যক।
আবেদনৰ শেষ তাৰিখ: ১৮/০২/২০২০
আবেদনসমূহ প্ৰাৰ্থীসকলে Dr. Tarun Dutta, Department of History, Assam University Diphu Campus, Karbi Anglong, Assam- 782462 ঠিকনা অথবা duttarun796@gmail.com ই-মেইলত মেইল যোগে ১৮/০২/২০২০ তাৰিখৰ আগত পঠিয়াব লাগিব।
অধিক জানিবৰ বাবে: Click here
অন্য খবৰৰ বাবে পঢ়ক: অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি২০২০