Top
Begin typing your search above and press return to search.

অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি২০২০

অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Feb 2020 12:39 PM GMT

অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি ২০২০

অইল ইণ্ডিয়া লিমিটেড মেকানিকেল ইন্জিনিয়াৰ আৰু ইনস্ট্রুমেন্টেচন ইন্জিনিয়াৰৰ ঠিকাভিত্তিক পদৰ পৰা ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: মেকানিকেল ইন্জিনিয়াৰ

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: ৪ বছৰীয়া মেকানিকেল ইন্জিনিয়াৰিংত স্নাতক লগতে তিনি বছৰৰ চৰকাৰী/পাব্লিক/ প্ৰাইভেট চেক্টৰ অৰগেনাইজেচনত কৰ্মৰত অভিজ্ঞতা।

দৰমহা: ৪৫,০০০/- টকা প্ৰতি মাহ

পদৰ নাম : ইনস্ট্রুমেন্টেচন ইন্জিনিয়াৰ

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: ৪ বছৰীয়া মেকানিকেল ইন্জিনিয়াৰিংত স্নাতক লগতে তিনি বছৰৰ চৰকাৰী/পাব্লিক/ প্ৰাইভেট চেক্টৰ অৰগেনাইজেচনত কৰ্মৰত অভিজ্ঞতা।

দৰমহা: ৪৫,০০০/- টকা প্ৰতি মাহ

বয়স: ৬৫ বছৰ

ৱা্ক-ইন-ইন্টাৰভিউৰ: ২৪-০২-২০২০/ ২৫-০২-২০২০

ৰিপৰ্টিং সময়: ৰাতিপুৱা ৮:৩০ ৰ পৰা ৯:৩০ বজা লৈকে।

ঠিকনা: Conference Room, Narangi Club, Pipeline Headquarters, Oil India Limited, P.O. – Udayan Vihar, Narangi, Guwahati, Assam.

প্ৰাৰ্থীসকলে স্ব-স্বাক্ষৰিত নথিপত্ৰসমূহৰ সৈতে বাইঅ ডাটা, পাছ চাৰ্টিফিকেট, অভিজ্ঞতা চাৰ্টিফিকেট, মাৰ্কশ্বীট, ২খন পাছপোর্ট ফটো, আদি সাক্ষাৎকাৰৰ দিনা দেখুৱাব লাগিব।

অধিক জনাৰ বাবে : Click here

অন্য খবৰৰ বাবে পঢ়ক: অসম পেট্ৰকেমিকেলচ লিমিটেডত নিযুক্তি ২০২০

Next Story