Begin typing your search above and press return to search.

এম এ আই ডি এছ  নিযুক্তি ২০২২ - সহকাৰী অধ্যাপকৰ পদ খালী

মৌলানা আজাদ ইনষ্টিটিউট অফ দেন্তেল চায়েন্সত সহকাৰী অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচৰা হৈছে

এম এ আই ডি এছ  নিযুক্তি ২০২২ - সহকাৰী অধ্যাপকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2021 1:28 PM GMT

এম এ আই ডি এছ সম্পৰ্কে :

মৌলানা আজাদ ইনষ্টিটিউট অফ দেন্তেল চায়েন্স হৈছে FICCI এক্সেলেঞ্চ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম খন চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয়ক দিল্লীৰ এন চি টি চৰকাৰৰ দ্বাৰা "চেণ্টাৰ অফ এক্সেলেঞ্চ" সন্মানেৰে সন্মানিত কৰা হৈছিল। ইয়াৰ লগতে ২০২০ চনত এণ অৰ এফৰ দ্বাৰা এই মহাবিদ্যালয়ক দেন্তেল চায়েন্স বিভাগত ১ নম্বৰৰ হিচাপে ঘোষিত কৰা হৈছিল। এই মহাবিদ্যালয়ে বিভিন্ন বিভাগত স্নাতক আৰু স্নাতকোত্তৰ আৰু বিভিন্ন বিশেষজ্ঞ পাঠ্যক্ৰম আগ বঢ়াই।

মৌলানা আজাদ ইনষ্টিটিউট অফ দেন্তেল চায়েন্সত পদ খালী :

মৌলানা আজাদ ইনষ্টিটিউট অফ দেন্তেল চায়েন্সত শেহতীয়া ভাৱে সহকাৰী অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

সহকাৰী অধ্যাপক

খালী পদ

১৮

বয়স

অধিকতম ৪৫বছৰ, ২১/০১/২০২২ৰ মতে

দৰমহা

৬৭,৭০০ - ২,০৮,৭০০/- টকা, প্ৰতি মাহে।অৱস্থান দিল্লী - নতুন দিল্লী

অন্তিম তাৰিখ

২১জানুৱাৰী ২০২২

আৱেদন মাছুল

জেনেৰেল/ অ' বি চি - ১০০০/- টকা

এছ চি/ এছ টি/ পি ডব্লিউ ডি - ৫০০/- টকা

পৰিশোধ ধৰণ

ডিমাণ্ড ড্ৰাফট

অৱস্থান

নতুন দিল্লী


শিক্ষাগত অৰ্হতা :

মৌলানা আজাদ ইনষ্টিটিউট অফ দেন্তেল চায়েন্সৰ অফিচিয়েল অধিসূচনা অনুসৰি প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

অভিজ্ঞতা :

কোনো স্বীকৃতি প্ৰাপ্ত মহাবিদ্যালয়ত প্ৰযোজ্য বিষয়ত ৪বছৰীয়া অভিজ্ঞতা।

আৱেদন প্ৰক্ৰিয়া :

আগ্ৰহী প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ দাখিল কৰিব লাগিব। নিজৰ আৱেদন সহ প্ৰাৰ্থী সকলো প্ৰয়োজনীয় নথিপত্ৰ পৰিদৰ্শক - মুখ্য অধ্যাপক, কক্ষ নং ১১৬, প্ৰথম মহলা, মৌলানা আজাদ ইনষ্টিটিউট অফ দেন্তেল চায়েন্স, বাহাদুৰ শ্বাহ জাফৰ মাৰ্গ, নতুন দিল্লী - ১১০০০২ লৈ প্ৰেৰণ কৰিব লাগিব।


আৰু পঢ়ক : ANGARU নিযুক্তি ২০২২ - SMS (কৃষি বতৰবিজ্ঞান) পদ খালী


Next Story
চাকৰি