ANGARU নিযুক্তি ২০২২ - SMS (কৃষি বতৰবিজ্ঞান) পদ খালী

আচাৰ্য এন জি ৰঙ্গা কৃষি মহাবিদ্যালয়ত এছ এম এছ (কৃষি বতৰবিজ্ঞান)ৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে
ANGARU নিযুক্তি ২০২২ - SMS (কৃষি বতৰবিজ্ঞান) পদ খালী
Published on

আচাৰ্য এন জি ৰঙ্গা কৃষি মহাবিদ্যালয় :

APAU অধিনিয়ম ১৯৬৩ৰ অধীনত আচাৰ্য এন জি ৰঙ্গা কৃষি মহাবিদ্যালয় প্ৰতিস্থাপন কৰা হৈছিল ১২জুন ১৯৬৪ তাৰিখে। এই মহাবিদ্যালয়ৰ প্ৰথম গৰাকী উপ আচাৰ্য আছিল অ' পুল্লা ৰেড্ডী। এই মহাবিদ্যালয়ৰ উন্মোচন কৰা হৈছিল ২০ মাৰ্চ ১৯৬৫ তাৰিখে, হাইদৰাবাডত সেই সময়ৰ প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ দ্বাৰা।

আচাৰ্য এন জি ৰঙ্গা কৃষি মহাবিদ্যালয়ত পদ খালী :

আচাৰ্য এন জি ৰঙ্গা কৃষি মহাবিদ্যালয়ত শেহতীয়া ভাৱে এছ এম এছ (কৃষি বতৰবিজ্ঞান) ৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম 

 এছ এম এছ (কৃষি বতৰবিজ্ঞান) 

খালী পদ

০১

দৰমহা

 ১৫,৬০০/- টকা, প্ৰতি মাহে

অৱস্থান

ভিজীয়ানগৰম - অন্ধ্ৰ প্ৰদেশ

বাছনি প্ৰক্ৰিয়া 

 ৱাক ইন সাক্ষাৎকাৰ

বয়স

অধিকতম বয়স ৩৫বছৰ

সাক্ষাৎকাৰৰ তাৰিখ

০৩ জানুৱাৰী ২০২২

ৱেবছাইট

 angrau.ac.in 

শিক্ষাগত অৰ্হতা:

আচাৰ্য এন জি ৰঙ্গা কৃষি মহাবিদ্যালয়ৰ অফিচিয়েল অধিসূচনা অনুসৰি প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা M. Sc উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা :

পোষ্ট গ্ৰেজুৱেচনৰ বাবে ০২বছৰীয়া গৱেষণা সহায়কৰ অভিজ্ঞতা থাকিব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

• অফিচিয়েল ৱেবচাইট angrau.ac.in লৈ যাওঁক

• ANGARU কেৰিয়াৰ বা নিযুক্তি লৈ গৈ আৱেদন কৰিব বিচৰা পদ বিচাৰক

• ৱেবচাইট যোগে উল্লেখিত পদ সমূহৰ অধিসূচনা আৰু অৰ্হতা সমূহ পৰীক্ষা কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• যদিহে আপুনি যোগ্য, তেনে শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক

• অহা ০৩ জানুৱাৰী ২০২২তাৰিখে অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰত অংশগ্ৰহণ কৰক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com