Begin typing your search above and press return to search.

এম এল চি ইউ নিযুক্তি ২০২ - ০৫ সহকাৰী অধ্যাপকৰ পদ খালী

মাৰ্টিন লুথাৰ খৃষ্টিয়ান বিশ্ববিদ্যালয়ত নিযুক্তি প্ৰদান কৰিবৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে

এম এল চি ইউ নিযুক্তি ২০২ - ০৫ সহকাৰী অধ্যাপকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2021 12:33 PM GMT

মাৰ্টিন লুথাৰ খৃষ্টিয়ান বিশ্ববিদ্যালয় :

মেঘালয়ৰ ৰাজধানী শ্বিলঙত অৱস্থিত মাৰ্টিন লুথাৰ খৃষ্টিয়ান বিশ্ববিদ্যালয় হৈছে ইউ জি চিৰ ব্দ্বাৰা স্বিকৃতিপ্ৰাপ্ত এখন ব্যস্তিগত শিক্ষা অনুষ্ঠান। মাৰ্টিন লুথাৰ খৃষ্টিয়ান বিশ্ববিদ্যালয়ৰ প্ৰধান উদ্দেশ্য হৈছে নিজৰ সম্প্ৰদায়ৰ বাবে সেৱা আগবঢ়োৱা আৰু নিজৰ শিক্ষাৰ্থী সমূহক উচ্চ শিক্ষা প্ৰদান কৰা যাৰ দ্বাৰা, তেওঁলোক সকলো দিশৰ পৰা সৱল ডিগ্ৰীধাৰী হিচাপে গঢ়ি উঠিব, যিয়ে তেওঁলোকক পৃথিৱীৰ যিকোনো ঠাইতে সমান্তৰাল আৰু কৌশল সহকাৰে নিজৰ সেৱা আগবঢ়োৱাত সহায় কৰিব, আৰু গোলকীয় নাগৰিক হিচাপে ভৱিষ্যতে একো একোজন সৱল প্ৰতিনিধি হিচাপে প্ৰমাণিত হোৱাত সফল হ'ব। এই বিশ্ববিদ্যালয়ৰ নাম লোৱা হৈছে, এই পৰিবৰ্তনৰ আৰম্ভণি কৰা, সাধাৰণ লোকৰ উচ্চ শিক্ষাৰ উন্মোচনী বাবে পদক্ষেপ গ্ৰহণ কৰা প্ৰথম গৰাকী খৃষ্টিয়ান প্ৰতিনিধি মাৰ্টিন লুথাৰৰ (১৪৮৩ - ১৫৪৬) নামত।


মাৰ্টিন লুথাৰ খৃষ্টিয়ান বিশ্ববিদ্যালয়ত পদ খালী :

মাৰ্টিন লুথাৰ খৃষ্টিয়ান বিশ্ববিদ্যালয়ত শেহতীয়া ভাৱে নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

সহকাৰী অধ্যাপক

খালী পদ

০৫

বয়স

নিয়মাৱলী অনুসৰি

অৱস্থান

শ্বিলং, মেঘালয়

অন্তিম তাৰিখ

০৪ জানুৱাৰী ২০২২

ইমেইল

hr@mlcuniv.in


পদ অনুসৰি শিক্ষাগত অৰ্হতা :

পদৰ নাম

শিক্ষাগত অৰ্হতা

সহকাৰী অধ্যাপক (পুষ্টি আৰু দায়েটেটিক্স)

পুষ্টি আৰু দায়েটেটিক্স, খাদ্য আৰু পুষ্টি, খাদ্য সেৱা মেনেজমেণ্ট আৰু দায়েটেটিক্স বিভাগত M. Sc, লগতে NET উত্তীৰ্ণ।

Ph. D উত্তীৰ্ণ বা নামভৰ্তি কৰোৱা সকলক প্ৰাধান্য দিয়া হ'ব।

শিক্ষকতাৰ অভিজ্ঞতা থাকিব লাগিব আৰু নূন্যতম ৬মাহৰ আহাৰ প্ৰশিক্ষণ অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী অধ্যাপক (সহযোগী স্বাস্থ্য বিজ্ঞান) (M. Sc নাৰ্চিং)

কৃতিকেল কেয়াৰ বিশেষজ্ঞ ৰূপে M. Sc নাৰ্চিং বা যিকোনো বিভাগত M. Sc উত্তীৰ্ণ

Ph. D উত্তীৰ্ণ বা নামভৰ্তি কৰোৱা সকলক প্ৰাধান্য দিয়া হ'ব।

শিক্ষকতাৰ অভিজ্ঞতা থাকিব লাগিব আৰু ক্লিনিকেল অভিজ্ঞতা।

সহকাৰী অধ্যাপক (সহযোগী স্বাস্থ্য বিজ্ঞান) (MMIT)

MMIT বা B. Sc লগতে ০৩ বছৰীয়া গৱেষণাগাৰৰ অভিজ্ঞতা।

Ph. D উত্তীৰ্ণ বা নামভৰ্তি কৰোৱা সকলক প্ৰাধান্য দিয়া হ'ব।

শিক্ষকতাৰ অভিজ্ঞতা থাকিব লাগিব আৰু ০৩ বছৰীয়া গৱেষণাগাৰ অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী অধ্যাপক (সমাজবিদ্যা বিভাগ)

সমাজবিদ্যা বিভাগত স্নাতকোত্তৰ উত্তীৰ্ণ আৰু NET উত্তীৰ্ণ।

সামাজিক আন্দোলন বিভাগ আৰু শিক্ষা বিভাগৰ বিশেষজ্ঞ সকলক প্ৰাধান্য দিয়া হ'ব।

Ph. D উত্তীৰ্ণ বা নামভৰ্তি কৰোৱা সকলক প্ৰাধান্য দিয়া হ'ব।

নূন্যতম ০৩ বছৰৰ শিক্ষকতাৰ অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী অধ্যাপক (সমাজ কৰ্মৰ বিভাগ)

MSW উত্তীৰ্ণ লগতে NET

ৰাজহুৱা স্বাস্থ্য আৰু সম্প্ৰদায় উন্নয়ন বিভাগত বিশেষজ্ঞ।

Ph. D উত্তীৰ্ণ বা নামভৰ্তি কৰোৱা সকলক প্ৰাধান্য দিয়া হ'ব।

শিক্ষকতাৰ অভিজ্ঞতা আৰু গৱেষণাগাৰ অভিজ্ঞতা থাকিব লাগিব।


আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ hr@mlcuniv.in ইমেইল যোগে অন্তিম তাৰিখ ০৪ জানুৱাৰী ২০২২ৰ পূৰ্বে প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক : উপযুক্ত কাৰ্য্যালয় ক্ৰা দাড়ি, অৰুণাচল প্ৰদেশত শেহতীয়া পদ খালী ২০২১


Next Story
চাকৰি