Begin typing your search above and press return to search.

উপাযুক্ত কাৰ্য্যালয় ক্ৰা দাড়ি, অৰুণাচল প্ৰদেশত শেহতীয়া পদ খালী ২০২১

উপাযুক্ত কাৰ্য্যালয় ক্ৰা দাড়িত জিলা কাৰ্য্যসূচী সমন্বয়কৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আৱেদন পত্ৰ বিচৰা হৈছে

উপাযুক্ত কাৰ্য্যালয় ক্ৰা দাড়ি, অৰুণাচল প্ৰদেশত শেহতীয়া পদ খালী ২০২১

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2021 1:01 PM GMT

ক্ৰা দাড়ি, অৰুণাচল প্ৰদেশ :

ক্ৰা দাড়ি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত স্থিত এখনি জিলা। পূৰ্বে কুৰুং কুমেইৰ অধীনত পৰিচালিত হোৱা এই স্থানক জিলা ৰূপে পৰিগণিত কৰা হৈছিল ০৭ফেব্ৰুৱাৰী ২০১৫ তাৰিখে। ক্ৰা দাড়িক জিলা ৰূপে পৰিগণিত কৰাৰ বাবে মত প্ৰদান কৰিছিল অৰুণাচল প্ৰদেশ বিলৰ অধীনত নাবাম নুকিৰ অৰুণাচল প্ৰদেশ চৰকাৰে ২১মাৰ্চ ২০১৩ তাৰিখে। ক্ৰা দাড়িৰ অৰুণাচল প্ৰদেশৰ ১৯তম জিলাৰ ৰূপে শুভ উদ্ধোধন কৰিছিল মুখ্য মন্ত্ৰী নাবাম নুকিয়ে ০৭ ফেব্ৰুৱাৰী ২০১৫ তাৰিখে।

উপাযুক্ত কাৰ্য্যালয় ক্ৰা দাড়িত পদ খালী :

উপাযুক্ত কাৰ্য্যালয় ক্ৰা দাড়ি, অৰুণাচল প্ৰদেশত শেহতীয়া ভাৱে জিলা কাৰ্য্যসূচী সমন্বয়কৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

জিলা কাৰ্য্যসূচী সমন্বয়ক

খালী পদ

০১

বয়স

৩৫ - ৪০বছৰ

দৰমহা

৩৫,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

পালিন, অৰুণাচল প্ৰদেশ

অন্তিম তাৰিখ

৩০/১২/২০২১

পদৰ ধৰণ

অস্থায়ী


শিক্ষাগত আৰু অন্যান্য অৰ্হতা :

পদৰ নাম

অৰ্হতা

জিলা কাৰ্য্যসূচী সমন্বয়ক

সমাজ বিজ্ঞান/ জীৱ বিজ্ঞান/ পুষ্টি/ মেডিচিন/ স্বাস্থ্য/ মেনেজমেন্ট/ সামাজিক কৰ্ম/ গ্ৰামীণ মেনেজমেন্ট বিভাগত পোষ্ট গ্ৰেজুৱেট।

চৰকাৰী বা বে চৰকাৰী প্ৰতিষ্ঠানত নূন্যতম ০১বছৰীয়া অভিজ্ঞতা।

MS অফিচৰ কৌশল। স্থানীয় ভাষা আৰু ইংৰাজীৰ জ্ঞান।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে REGISTERED/ SPEED POST বিজ্ঞাপনৰ সৈতে সংযুক্ত আৱেদন শুদ্ধ আৰু সম্পূৰ্ণ ভাৱে পূৰণ কৰি শিশু বিকাশ প্ৰকল্প বিষয়া পালিন, কাৰ্য্যালয়, পোষ্ট পালিন - ৭৯১১১৮ লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ


আৰু পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ খালী


Next Story
চাকৰি