ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাণ্ডি নিযুক্তি ২০২২ - এটেন্দেণ্টৰ পদ খালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাণ্ডি নিযুক্তি ২০২২ - এটেন্দেণ্টৰ পদ খালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাণ্ডিত এটেন্দেণ্টৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।
Published on

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাণ্ডি :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাণ্ডি, হৈছে এক ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। ই অৱস্থিত হিমাচল প্ৰদেশৰ মাণ্ডি জিলাত।

এই প্ৰতিষ্ঠানৰ আৰম্ভণি হৈছিল জুলাই ২০০৯ত। প্ৰাৰম্ভিনিৰে পৰা বৰ্তমান সময় লৈকে এই প্ৰতিষ্ঠানত প্ৰায় ১২০কোটি টকা পুঁজিৰ ২৭৫ টা গৱেষণা আৰু উন্নয়নৰ কাম হাতত লোৱা হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অধিনিয়ম ২০১১ৰ অন্তৰ্গত ২০০৮ চনত নিৰ্মান কৰা ৮খন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মাজত অন্যতম হৈছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাণ্ডি।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাণ্ডিত পদ খালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাণ্ডিত শেহতীয়া ভাৱে এটেন্দেণ্টৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

 এটেন্দেণ্ট

খালী পদ

খালী পদ

বয়স

২১ - ৩৫বছৰ

দৰমহা

১১,৩৬২/- টকা, প্ৰতি মাহে

অৱস্থান

নতুন দিল্লী

অন্তিম তাৰিখ

০৫ জানুৱাৰী ২০২২

শিক্ষাগত অৰ্হতা :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাণ্ডি অফিচিয়েল অধিসূচনা অনুসৰি প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে অনলাইন প্ৰক্ৰিয়াৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাণ্ডিৰ অফিচিয়েল ৱেবচাইট iitmandi.ac.in যোগে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com