
বেংক অৱ ইণ্ডিয়াই শেহতীয়াভাৱে মুখ্য প্ৰযুক্তি বিষয়া নিযুক্তিৰ বাবে চাকৰিৰ জাননী প্ৰকাশ কৰিছে । অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে শেষ তাৰিখৰ ভিতৰত আবেদন পোৱাকৈ আবেদন জনাব পাৰে ৷
বেংক অৱ ইণ্ডিয়াই মুখ্য প্ৰযুক্তি বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ সবিশেষ তথা খালী পদৰ সংখ্যা, শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত চাব পাৰেঃ
পদৰ নাম |
মুখ্য প্ৰযুক্তি বিষয়া |
খালী পদ |
১ |
দৰমহা |
নিয়ম অনুসৰি |
চাকৰিৰ অৱস্থান |
মুম্বাই, মহাৰাষ্ট্ৰ |
অন্তিম তাৰিখ |
১৭ অক্টোবৰ, ২০২২ |
ৱেবছাইট |
http://bankofindia.co.in/ |
বেংক অৱ ইণ্ডিয়াৰ অফিচিয়েল জাননী অনুসৰি প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড অথবা বিশ্ববিদ্যালয়ৰ পৰা বি ই/বি টেক/এম চি এ হ'ব লাগিব।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাৎকাৰ/ব্যক্তিগত মুখামুখি ৷
আনুসাংগিক নথি-পত্ৰৰ প্ৰতিলিপিসহ আবেদনপত্ৰ The Chief General Manager, Bank Of India, Human Resources Department, Recruitment Division, 9th Floor, Star House, Plot C-5, G-Block, Bandra-Kurla Complex, Bandra-(E), Mumbai-400051, headoffice.randp@bankofindia.co.inলৈ প্ৰেৰণ কৰিব পাৰে।
Disclaimer: Provided by the Bank Of India.
বেংক অৱ ইণ্ডিয়াৰ বিষয়েঃ বেংক অৱ ইণ্ডিয়া হৈছে দেশৰ এটা ৰাষ্ট্ৰীয়কৃত বেংক ৷ এই বেংক ১৯০৬ -ত প্ৰতিষ্ঠা কৰা হয় ৷ ১৯৬৯-ত এই বেংকৰ ৰাষ্ট্ৰীয়কৃতকৰণ হয়। ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সত অৱস্থিত ৷ ই SWIFT-ৰ প্ৰতিষ্ঠাপক সদস্য।