বি ডি এছ লিগেল ছাৰ্ভিচেছ গুৱাহাটীত বিভিন্ন ধৰণৰ পদ খালী

এই বিষয়ে তলত সবিশেষ তথ্য পাব।
বি ডি এছ লিগেল ছাৰ্ভিচেছ গুৱাহাটীত বিভিন্ন ধৰণৰ পদ খালী
Published on

বি ডি এছ লিগেল ছাৰ্ভিচেছ গুৱাহাটীয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদসমূহঃ 

১) ডেক্সটপ ছাপোৰ্ট এক্সিকিউটিভ। 

খালী পদৰ সংখ্যাঃ ০৫টা। 

শিক্ষাগত অৰ্হতাঃ আই টিৰ ডিপ্লমা বা বি ই,  বি টেক, বি এছ চি-আই টি, বি চি এ। 

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩০ বছৰ। 

দৰমহাঃ মাহিলী ৮ হেজাৰ টকাৰ পৰা ১০,০০০টকা। 

২) টেলিছেলছ এক্সিকিউটিভ।

খালী পদৰ সংখ্যাঃ ২০ টা।

শিক্ষাগত অৰ্হতাঃ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বা যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী। 

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩০ বছৰ।

দৰমহাঃ মাহিলী ৮ হেজাৰ টকাৰ পৰা ১২,০০০টকা। 

২) কাষ্টমাৰ ইণ্টাৰেকচন এক্সিকিউটিভ।

খালী পদৰ সংখ্যাঃ ১০ টা।

শিক্ষাগত অৰ্হতাঃ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বা যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩০ বছৰ।

দৰমহাঃ মাহিলী ৮ হেজাৰ টকাৰ পৰা ১২,০০০টকা। 

প্ৰাৰ্থী বাছনি সাক্ষাতকাৰৰ ভিত্তিত হব। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-১০-২০২১।

চিভি  jenita@bdsserv.co.in-লৈ প্ৰেৰণ কৰিব পাৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com