বেচিল লিমিটেডত ইলেকট্ৰিচিয়ানৰ প্ৰয়োজন

বেচিল লিমিটেডে ইলেক্ট্ৰিচিয়ান তথা এছ বি এ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
বেচিল লিমিটেডত ইলেকট্ৰিচিয়ানৰ প্ৰয়োজন

খালী পদৰ সংখ্যাঃ ২টা।

দৰমহাঃ মাহিলী ১৫,৪১৮ টকা।

নিযুক্তিৰ স্থানঃ কাৰ্বি আংলং।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৮-২০২০।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী আৰু অ বি চি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০০টকা। এছ চি-এছ টি আৰু শাৰিৰীকভাবে অক্ষম প্ৰাৰ্থীৰ ক্ষেত্ৰত ২৫০টকা।

ঠিকনাঃ BECILs Corporate Office: BECIL Bhawan, C-56, A/17, Sector-62, Noida-201301।

প্ৰাৰ্থী বাছনিঃ চাকৰিৰ প্ৰয়োজনীয়তাৰ দিশ লক্ষ্য কৰি প্ৰাৰ্থী বাছনি কৰা হব।

সাক্ষাতকাৰত অৱতীৰ্ণ হোৱাৰ বাবে কোনো টি এ-ডি এ প্ৰদান কৰা নহব।

আেবদন প্ৰ-পত্ৰ www.becil.com-ৰ পৰা ডাউনোলড কৰিব পাৰিব।

সবিশেষ জানিবলৈ www.becil.com চাওক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com