ৱাপকছ (WAPCOS) লিমিটেডৰ চাকৰিৰ আবেদন আহ্বান

ভাৰত চৰকাৰৰ অধীনৰ ৱাপক'ছ লিমিটেডে আইন বিশেষজ্ঞ (লিগেল এক্সপাৰ্ট) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৱাপকছ (WAPCOS) লিমিটেডৰ চাকৰিৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৩-২০২১।

ঠিকনাঃ5th Floor, "Kailash Building", 26, Kasturba Gandhi Marg, New Delhi - 110 001.

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা/সাক্ষাতকাৰ।

আবেদনঃ আবেদন অহা বছৰৰ ৩১ ৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ http://www.wapcos.gov.in/careers.aspx চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com