Begin typing your search above and press return to search.

বেচিল প্ৰতিষ্ঠানত গাণনিক নিযুক্তি

বেচিল প্ৰতিষ্ঠানে ঠিকাভিত্তিক গাণনিক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

বেচিল প্ৰতিষ্ঠানত গাণনিক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2020 1:40 PM GMT

খালী পদৰ সংখ্যাঃ ২২টা।

দৰমহাঃ মাহিলী ১৯, ৮৬৪ টকাৰ পৰা ২১,৬০৬টকা।

বয়সৰ সীমাঃ ৩০ৰ পৰা ৪০ বছৰ।

শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাঃ এম কম আৰু দুবছৰৰ কৰ্ম অভিজ্ঞতা। চাৰ্টাৰ্ড একাউনটেণ্টসকলে অগ্ৰাধিকাৰ পাব।

চাকৰিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১-০৯-২০২০।

আবেদনৰ মাচুলঃ ৭৫০টকা। প্ৰাক্তন সৈনিক আৰু সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৪৫০টকা।

কাৰ্যালয়ৰ ঠিকনাঃ BECIL Bhawan, C-56/A-17, Sector-62, Noida-201307।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ কম্পিউটৰ নিযুক্তিৰ বাবে আৰক্ষী বাছনি সমিতিৰ আবেদন আহ্বান

Next Story