বেচিল প্ৰতিষ্ঠানত গাণনিক নিযুক্তি

বেচিল প্ৰতিষ্ঠানে ঠিকাভিত্তিক গাণনিক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
বেচিল প্ৰতিষ্ঠানত গাণনিক নিযুক্তি

খালী পদৰ সংখ্যাঃ ২২টা।

দৰমহাঃ মাহিলী ১৯, ৮৬৪ টকাৰ পৰা ২১,৬০৬টকা।

বয়সৰ সীমাঃ ৩০ৰ পৰা ৪০ বছৰ।

শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাঃ এম কম আৰু দুবছৰৰ কৰ্ম অভিজ্ঞতা। চাৰ্টাৰ্ড একাউনটেণ্টসকলে অগ্ৰাধিকাৰ পাব।

চাকৰিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১-০৯-২০২০।

আবেদনৰ মাচুলঃ ৭৫০টকা। প্ৰাক্তন সৈনিক আৰু সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৪৫০টকা।

কাৰ্যালয়ৰ ঠিকনাঃ BECIL Bhawan, C-56/A-17, Sector-62, Noida-201307।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com