Begin typing your search above and press return to search.

কম্পিউটৰ নিযুক্তিৰ বাবে আৰক্ষী বাছনি সমিতিৰ আবেদন আহ্বান

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী বাছনি সমিতিয়ে কম্পিউটৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

কম্পিউটৰ নিযুক্তিৰ বাবে আৰক্ষী বাছনি সমিতিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2020 12:11 PM GMT

খালী পদৰ সংখ্যাঃ দুটা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

গ্ৰেড পে ৬,২০০টকা আৰু অন্যান্য ভাট্টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৯-২০২০।

আবেদনৰ মাচুলঃ কোনো ধৰণৰ আবেদন মাচুল নালাগে।

কাৰ্যালয়ৰ ঠিকনাঃ Chairman State Level Police Recruitment Board, Assam Rehabari, Guwahati-781008।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেডত এপ্ৰেণ্টিচ নিয়োগ

Next Story