কম্পিউটৰ নিযুক্তিৰ বাবে আৰক্ষী বাছনি সমিতিৰ আবেদন আহ্বান

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী বাছনি সমিতিয়ে কম্পিউটৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
কম্পিউটৰ নিযুক্তিৰ বাবে আৰক্ষী বাছনি সমিতিৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ দুটা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

গ্ৰেড পে ৬,২০০টকা আৰু অন্যান্য ভাট্টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৯-২০২০।

আবেদনৰ মাচুলঃ কোনো ধৰণৰ আবেদন মাচুল নালাগে।

কাৰ্যালয়ৰ ঠিকনাঃ Chairman State Level Police Recruitment Board, Assam Rehabari, Guwahati-781008।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com