বেষ্ট একাডেমী বোকাখাট নিযুক্তি ২০২০

 বেষ্ট একাডেমী বোকাখাট নিযুক্তি ২০২০
Published on: 

বেষ্ট একাডেমী বোকাখাট নিযুক্তি ২০২০

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্গত বোকাখাটৰ বেষ্ট একাডেমীত ইচ্ছুক প্ৰাৰ্থীৰ পৰা বিভিন্ন পদত আবেদন বিছাৰিছে।

পদৰ নাম- বিষয় শিক্ষক

পদৰ সংখ্যা- ৭

পদৰ নাম - পদাৰ্থ বিজ্ঞান

গণিত

সমাজশাস্ত্ৰ

তৰ্কশাস্ত্ৰ আৰু দৰ্শন

একাউণ্টেন্সী

বেংকিং

অৰ্হতা - স্নাতকোত্তৰ

কেনেদৰে আৱেদন জনাব: ইচ্ছুক প্ৰাৰ্থীয়ে তেওঁলোকৰ নথি পত্ৰ সমূহ ১২ এপ্ৰিলৰ আগত babokakhat@gmail.com ত পঠিয়াব লাগিব।

সাক্ষাৎকাৰ দিন - ১৯/০৪/২০২০ আৰু ২০/০৪/২০২০

ঠিকনা -BEST Academy, Jyotipur, Bokakhat (Near Nahorjan Tiniali)

PO- Bokakhat, Dist. - Golaghat (Assam)

Pin-785612

Email id: babokakhat@gmail.com

Website: www.bestacademy.ac.in

অধিক জনাৰ বাবে যোগাযোগ কৰিব পাৰে - 03776269325 /7002328494 /8638967017 .

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com