Begin typing your search above and press return to search.

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেডত এপ্ৰেণ্টিচৰ চাকৰি

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেড(গেছ ক্ৰেকাৰ)-এ এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেডত এপ্ৰেণ্টিচৰ চাকৰি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Aug 2020 1:07 PM GMT

পদৰ নামঃ গ্ৰেজুৱেট/টেকনিচিয়ান এপ্ৰেণ্টিচ।

খালী পদৰ সংখ্যাঃ ৭৬টা। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে NATS-ৰ portal-www.mhrdnats.gov.in-ৰ পৰা আবেদন জনাব পাৰিব।

,সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

আৰু চাব পাৰেঃ অসম বান-খহনীয়া ব্যৱস্থাপনা কৰ্তৃপক্ষত চাকৰি

Next Story