Begin typing your search above and press return to search.

কেন্দ্ৰীয় কেবিনেট সচিবালয়ৰ চাকৰিৰ আবেদন আহ্বান

কেন্দ্ৰীয় কেবিনেট সচিবালয়ে ক্ষেত্ৰ সহায়ক( Field Assistant) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

কেন্দ্ৰীয় কেবিনেট সচিবালয়ৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Aug 2020 11:05 AM GMT

খালী পদৰ সংখ্যাঃ ১২টা।

বয়সৰ সীমাঃ ১৫-০৫-২০২০ত ১৮ ৰ পৰা ২৭ বছৰৰ ভিতৰত হব লাগিব।

দৰমহাঃ ২১,৭০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, শাৰীৰিক দক্ষতা পৰীক্ষা আৰু সাক্ষাতকাৰ।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ উচ্চতম ন্যায়ালয়ত অট্টালিকা তদাৰকী নিয়োগ

Next Story