কেন্দ্ৰীয় কেবিনেট সচিবালয়ৰ চাকৰিৰ আবেদন আহ্বান

কেন্দ্ৰীয় কেবিনেট সচিবালয়ে ক্ষেত্ৰ সহায়ক( Field Assistant) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
কেন্দ্ৰীয় কেবিনেট সচিবালয়ৰ চাকৰিৰ আবেদন আহ্বান
Published on

খালী পদৰ সংখ্যাঃ ১২টা।

বয়সৰ সীমাঃ ১৫-০৫-২০২০ত ১৮ ৰ পৰা ২৭ বছৰৰ ভিতৰত হব লাগিব।

দৰমহাঃ ২১,৭০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, শাৰীৰিক দক্ষতা পৰীক্ষা আৰু সাক্ষাতকাৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com