Begin typing your search above and press return to search.

হিচাপ পৰীক্ষক আৰু আন পদত নিযুক্তিৰ বাবে কেগৰ আবেদন আহ্বান

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

হিচাপ পৰীক্ষক আৰু আন পদত নিযুক্তিৰ বাবে কেগৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2021 10:23 AM GMT

কেগৰ বিষয়েঃ ভাৰতীয় সংবিধানৰ ১৪৮ নম্বৰ অনুচ্ছেদ মতে, মহাগাণনিক আৰু মহা হিচাপ নিয়ন্ত্ৰক (কেগ) প্ৰতিষ্ঠা কৰা হয়। কেগে ১৪৮ টা পদত গাণনিক আৰু কেৰাণী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহৰ বিষয়ে তলত সবিশেষ তথ্য পাব। প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে।

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

গাণনিক/হিচাপ পৰীক্ষক, কেৰাণী (ক্লাৰ্ক)

খালী পদ

গাণনিক/হিচাপ পৰীক্ষকঃ ১২৫টা। কেৰাণী (ক্লাৰ্ক)ঃ ৭৪টা।

বয়সৰ সীমা

১৮-ৰ পৰা ২৭ বছৰ। এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব।

দৰমহা

মাহিলী ৫, ২০০ টকাৰ পৰা ২০, ২০০ টকা।

চাকৰিৰ স্থান

সমগ্ৰ ভাৰতত।

আবেদনৰ অন্তিম তাৰিখ

০১/১১/২০২১

আবেদনৰ নিয়মঃ অফলাইন।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতাঃ

গাণনিক/হিচাপ পৰীক্ষকঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী।

কেৰাণী (ক্লাৰ্ক)ঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।



সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।



আৰু চাব পাৰেঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত পদ খালী, অনলাইন আবেদন আহ্বান

Next Story
চাকৰি