কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক বোৰ্ডৰ বিষয়া নিযুক্তি

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক বোৰ্ডৰ বিষয়া নিযুক্তি
Published on

কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক বোৰ্ডৰ বিষয়েঃ 

কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক  ( পূৰ্বৰ আবকাৰী আৰু সীমা শুল্ক বোৰ্ড) হৈছে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰীলয়ৰ অধীনৰ এটা অংশ। এই বোৰ্ডে কৰ আৰোপ নীতি চোৱাচিতা কৰাৰ লগতে সীমা শুল্ক সংগ্ৰহ, কেন্দ্ৰীয় আবকাৰী শুল্ক সংগ্ৰহ, কেন্দ্ৰীয় জি এছ টি আৰু আন্তঃৰাজ্যিক জি এছ টি সংগ্ৰহ কৰে। তদুপৰি এই বোৰ্ডে সীমা শুল্ক, জি এছ টি, আন্ত-ৰাজ্যিক জি এছ টি, নাৰ্কোটিকছক লৈ চোৰাংবেহা চলিলে, তাক নিয়ন্ত্ৰণ কৰে। 

কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক বোৰ্ডৰ নিযুক্তিঃ  

কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক বোৰ্ডে প্ৰতিৰোধক বিষয়া (Preventive Officer) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাব

 আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম 

প্ৰতিৰোধক বিষয়া ((Preventive Officer)

খালী পদৰ সংখ্যা 

৯ টা। 

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া 

সাক্ষাতকাৰ। 

দৰমহা

মাহিলী ৯,৩০০ টকাৰ পৰা ৩৪, ৮০০টকা। 

চাকৰিৰ স্থান 

গান্ধীধাম, গুজৰাট। 

অন্তিম তাৰিখ 

০৪ ফেব্ৰুৱাৰী, ২০২২। 

ৱেবছাইট 

cbic.gov.in

শিক্ষাগত অৰ্হতা: 

CBICৰ জাননী অনুসৰি। 

আবেদনৰ নিয়মঃ 

প্ৰথমে অফিচিয়েল ৱেবছাইট প্ৰথমে অফিচিয়েল ৱেবছাইট cbic.gov.in চাওক।

 আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

ইয়াৰ চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক। আবেদন প্ৰ-পত্ৰ পূৰণ কৰাৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আবেদনৰ মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন প্ৰেৰণ কৰক। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com