Begin typing your search above and press return to search.
উপদেষ্টা নিযুক্তিৰ বাবে চি বি আইৰ আবেদন আহ্বান
কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চি বি আই)-ই উপদেষ্টা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১ টা।
দৰমহাঃ ১৫,৬০০ টকাৰ পৰা ৩৯,১০০ টকৰা লগতে ৭,৬০০ টকাৰ গ্ৰেড পে'।
বয়সৰ সীমাঃ ৫৬ বছৰ।
আবেদন প্ৰক্ৰিয়াঃ অফলাইন।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৭-২০২১।
নিযুক্তিৰ স্থানঃ দিল্লী।
ৱেবছাইটঃ www.cbi.gov.in ।
আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।
শিক্ষাগত অৰ্হতাঃ ন্যূনতম স্নাতক। আইনৰ ডিগ্ৰী বিচৰা হব পাৰে। প্ৰাৰ্থীয়ে বিদেশী বাণিজ্য বা বিদেশী মুদ্ৰা বিনিময়ত পৰিদৰ্শন বা তদাৰকী বা পৰিচালনা ক্ষেত্ৰত ১০ বছৰ কাম কৰা হব লাগিব।
আবেদনৰ নিয়মঃ আবেদন Dy. Director (Pers.), Central Bureau of Investigation, 5- B, 7th Floor, CGO Complex, Lodhi Road, New Delhi-110003 এই ঠিকনালৈ প্ৰেৰণ কৰিব পাৰে। শেষ তাৰিখৰ পাছত কোনো আবেদন গ্ৰহণ কৰা নহব।
সবিশেষ জানিবলৈ এই শাৰীটোত ক্লিক কৰক।
চাকৰিৰ আৰু খবৰ জানিবলৈ চাওকঃ ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ মুখ্য অভিযন্তা নিযুক্তি
Next Story