Begin typing your search above and press return to search.

কেন্দ্ৰীয় বৈজ্ঞানিক আহিলা সংস্থাত পদখালী

কেন্দ্ৰীয় বৈজ্ঞানিক আহিলা সংস্থা(CSIO)-ই প্ৰকল্প বিজ্ঞানী-২ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

কেন্দ্ৰীয় বৈজ্ঞানিক আহিলা সংস্থাত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 July 2020 11:50 AM GMT

খালী পদৰ সংখ্যাঃ ২টা।

দৰমহাঃ মাহিলী ৬৭হেজাৰ টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৪০বছৰ।

নিযুক্তিৰ স্থানঃ চণ্ডীগড়।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯-০৭-২০২০।

সবিশেষ জানিবলৈ https://www.csio.res.in/Recruitment.php চাওক।

আৰু চাব পাৰেঃ ইউৰেনিয়াম নিগম লিমিটেডৰ চাকৰিৰ আবেদন আহ্বান

Next Story
চাকৰি