Begin typing your search above and press return to search.
চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিঙত পদ খালী
চেণ্টাৰ ফ’ৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিঙে অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ Adjunct Engineer- Service Delivery Manager/Co-ordination
খালী পদৰ সংখ্যাঃ ১টা।
বয়সৰ সীমাঃ ৫৭বছৰ।
দৰমহাঃ শিক্ষাগত অৰ্হতা, অভিজ্ঞতা, পাৰদৰ্শিতা আদিত ভিত্তী কৰি ঔদ্যোগিক মান অনুসৰি।
নিযুক্তিৰ স্থানঃ পুনে।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ প্ৰতিষ্ঠানৰ চাকৰিৰ আবেদন আহ্বান
Next Story