চি আই এফ আৰ আই-ৰ বিষয়েঃ
কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠান (CIFRI) হৈছে ভাৰত চৰকাৰৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ আভ্যন্তৰীণ মীন পাম ব্যৱস্থাপনা আৰু উন্নয়নৰ বাবে স্থাপিত এখন স্বতন্ত্ৰৰীয়া গৱেষণা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান ১৯৪৭-ৰ ১৭ মাৰ্চত স্থাপন কৰা হয়। এই প্ৰতিষ্ঠান কেন্দ্ৰীয় খাদ্য আৰু কৃষি মন্ত্ৰালয়ৰ অধীনত কলকাতাত অৱস্থিত। ১৯৫৯-ত এই প্ৰতিষ্ঠানক কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠান (CIFRI)-লৈ উন্নীত কৰা হয়। ১৯৬৭-ত কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠান (CIFRI)-ক নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰশাসনিক নিয়ন্ত্ৰণলৈ অনা হয়।
কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠান (CIFRI)ত নিযুক্তি ২০২২ঃ
কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠান (CIFRI-এ যুৱ পেচাদাৰী-২ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছ্যুক প্ৰাৰ্থীসকলে তলত উল্লেখ কৰা চাব পাৰেঃ
পদৰ বিৱৰণ, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
পদৰ বিৱৰণ | প্ৰয়োজনীয়তা |
পদৰ নাম | যুৱ পেচাদাৰী-২। |
খালী পদ | ১টা। |
বয়সৰ সীমা | ২১ৰ পৰা ৪৫ বছৰ। |
দৰমহা | মাহিলী ৩৫ হেজাৰ টকা। |
আবেদনৰ অন্তিম তাৰিখ | ১৫ জানুৱাৰী, ২০২২। |
নিযুক্তিৰ স্থান | কলকাতা, পশ্চিমবংগ। |
শিক্ষাগত অৰ্হতাঃ
প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা এম এছ চি / এম টেক হব লাগিব।
অভিজ্ঞতাৰ বিশদঃ প্ৰাৰ্থীৰ এন জি এচ ডেটা এনালাইছিচ, চি এল চি জিনোমিক্স আৰু মলিকুলাৰ এণ্ড বায়োইনফৰমেটিক্স তথা সংশ্লিষ্ট ক্ষেত্ৰত হাতে-কামে কৰা অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ নিয়মঃ আবেদন পত্ৰ ১৫ জানুৱাৰী, ২০২২ৰ ভিতৰত পোৱাকৈ interviewcifri@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰিব।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া :
সাক্ষাৎকাৰৰ ওপৰত আধাৰিত হ'ব।