Begin typing your search above and press return to search.

কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠানত যুৱ পেচাদাৰী নিযুক্তি

কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠানে যুৱ পেচাদাৰী-২ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠানত যুৱ পেচাদাৰী নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2022 12:45 PM GMT


চি আই এফ আৰ আই-ৰ বিষয়েঃ

কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠান (CIFRI) হৈছে ভাৰত চৰকাৰৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ আভ্যন্তৰীণ মীন পাম ব্যৱস্থাপনা আৰু উন্নয়নৰ বাবে স্থাপিত এখন স্বতন্ত্ৰৰীয়া গৱেষণা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান ১৯৪৭-ৰ ১৭ মাৰ্চত স্থাপন কৰা হয়। এই প্ৰতিষ্ঠান কেন্দ্ৰীয় খাদ্য আৰু কৃষি মন্ত্ৰালয়ৰ অধীনত কলকাতাত অৱস্থিত। ১৯৫৯-ত এই প্ৰতিষ্ঠানক কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠান (CIFRI)-লৈ উন্নীত কৰা হয়। ১৯৬৭-ত কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠান (CIFRI)-ক নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰশাসনিক নিয়ন্ত্ৰণলৈ অনা হয়।

কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠান (CIFRI)ত নিযুক্তি ২০২২ঃ

কেন্দ্ৰীয় আভ্যন্তৰীণ মীনপাম গৱেষণা প্ৰতিষ্ঠান (CIFRI-এ যুৱ পেচাদাৰী-২ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছ্যুক প্ৰাৰ্থীসকলে তলত উল্লেখ কৰা চাব পাৰেঃ


পদৰ বিৱৰণ, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

যুৱ পেচাদাৰী-২।

খালী পদ

১টা।

বয়সৰ সীমা

২১ৰ পৰা ৪৫ বছৰ।

দৰমহা

মাহিলী ৩৫ হেজাৰ টকা।

আবেদনৰ অন্তিম তাৰিখ

১৫ জানুৱাৰী, ২০২২।

নিযুক্তিৰ স্থান

কলকাতা, পশ্চিমবংগ।


শিক্ষাগত অৰ্হতাঃ

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা এম এছ চি / এম টেক হব লাগিব।

অভিজ্ঞতাৰ বিশদঃ প্ৰাৰ্থীৰ এন জি এচ ডেটা এনালাইছিচ, চি এল চি জিনোমিক্স আৰু মলিকুলাৰ এণ্ড বায়োইনফৰমেটিক্স তথা সংশ্লিষ্ট ক্ষেত্ৰত হাতে-কামে কৰা অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ আবেদন পত্ৰ ১৫ জানুৱাৰী, ২০২২ৰ ভিতৰত পোৱাকৈ interviewcifri@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া :

সাক্ষাৎকাৰৰ ওপৰত আধাৰিত হ'ব।


আৰু চাব পাৰে : ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষত কাৰ্যবাহী সঞ্চালক নিযুক্তি

Next Story
চাকৰি