দিল্লীৰ চি এন বি চি হাস্পতালত আৱাসিক চিকিত্সক নিযুক্তি

এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।
দিল্লীৰ চি এন বি চি হাস্পতালত আৱাসিক চিকিত্সক নিযুক্তি
Published on

চি এন বি চি হাস্পতালৰ বিষয়েঃ

চাচা নেহৰু বাল চিকিত্সালয়ক শিশুৰ অত্যাধুনিক ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰূপে গঢ়ি তোলা হৈছে। এই হাস্পতাল ২২১খন বিছনাযুক্ত। এই চিকিত্সালয়ে সংঘবদ্ধ ৰূপত শিশুক চিকিত্সা সেৱা আগবঢ়ায়।  এই হাস্পতাল দিল্লীৰ গীতা কলনীত অৱস্থিত। ইয়ে ১,৬ হেক্টৰ ভূমি আগুৰি আছে। এই হাস্পতালক স্নাতকোত্তৰ শিক্ষণ বা প্ৰতিষ্ঠানৰূপে গঢ়ি তোলা হৈছে।   

চি এন বি চি হাস্পতালে আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে। 

পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে।

পদৰ বিৱৰণ

 প্ৰয়োজনীয় তথ্য 

পদৰ নাম

আৱাসিক চিকিত্সক। 

পদ

৪০টা। 

বয়স

 ৩০ ডিচেম্বৰ, ২০২১ত সৰ্বোচ্চ  ৪০ বছৰ। 

দৰমহা

মাহিলী ৬৭ হেজাৰ টকা। 

চাকৰিৰ স্থান

দিল্লী-নতুন দিল্লী। 

অন্তিম তাৰিখ 

১৫ জানুৱাৰী, ২০২২। 

আবেদন মাচুল

৫০০ টকা। এছ চি / এছ টিঃ ২৫০ টকা। মাচুল আদায়ৰ পদ্ধতি: ডিমাণ্ড ড্ৰাফট। 

শিক্ষাগত অর্হতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ ডিপ্লোমা/ডিগ্ৰী, এম বি বি এছ হব লাগিব। 

আবেদন প্ৰক্ৰিয়া :

অহা ১৫ জানুৱাৰীৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ Conference Hall, Ist Floor, Chacha Nehru Bal Chikitsalaya, Geeta Colony, Delhi-110031-লৈ প্ৰেৰণ কৰিব পাৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com