ভাৰতীয় কয়লা প্ৰাধিকৰণত উপদেষ্টাৰ পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
ভাৰতীয় কয়লা প্ৰাধিকৰণত উপদেষ্টাৰ পদ খালী

ভাৰতী কয়লা প্ৰাধিকৰণৰ বিষয়েঃ 

ভাৰতীয় কয়লা প্ৰাধিকৰণ (CIL) হৈছে ৰাষ্ট্ৰৰ কয়লা খনন কোম্পানী। এই কোম্পানী ১৯৭৫-ৰ নৱেম্বৰত গঠন কৰা হয়। প্ৰতিষ্ঠাৰে পৰা ভাৰতীয় কয়লা প্ৰাধিকৰণে ৭৯ নিয়ুত টন কয়লা উত্পাদন কৰি আহিছে। বৰ্তমানে এই প্ৰতিষ্ঠান হৈছে বিশ্বৰ সৰ্ববৃহত কয়লা উতপাদন প্ৰতিষ্ঠান আৰু ই দেশৰ  অন্যতম নিয়োগ দাতা প্ৰতিষ্ঠান। সম্প্ৰতি ইয়াৰ বিষয়া-কৰ্মচাৰীৰ সংখ্যা ২, ৫৯, ০১৬ জন (১ এপ্ৰিল, ২০২১)। ভাৰতীয় কয়লা প্ৰাধিকৰণে ইয়াৰ অধীনৰ সংস্থাৰ জৰিয়তে ৮ খন ৰাজ্যৰ ৮৫ খন খনন ক্ষেত্ৰত কাম কৰি আছে।  ইয়াৰ ৩৪৫ খন কয়লা খনন ক্ষেত্ৰ আছে। ইয়াৰে ১৫১ খন ভূ-গৰ্ভস্থ। ১৭২ খন মুকলি আৰু ২২ খন মিশ্ৰিত কয়লা ক্ষেত্ৰ।

ভাৰতীয় কয়লা প্ৰাধিকৰণত পদ খালীঃ  

ভাৰতীয় কয়লা প্ৰাধিকৰণে উপদেষ্টা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

 আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম 

উপদেষ্টা (শক্তি দক্ষতা)

খালী পদৰ সংখ্যা 

০১ টা। 

বয়সৰ সীমা 

সৰ্বোচ্চ ৬৫ বছৰ। 

দৰমহা

মাহিলী ১ লাখ ৫ হেজাৰৰ পৰা ১ লাখ ২০ হেজাৰ টকা। 

চাকৰিৰ স্থান 

কলকাতা, পশ্চিমবংগ।  

অন্তিম তাৰিখ 

৫ জানুৱাৰী, ২০২২। 

ৱেবছাইট 

coalindia.in

শিক্ষাগত অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা বৈদ্যুতিক, মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী গ্ৰহণ কৰা হব লাগিব। 

আবেদনৰ প্ৰক্ৰিয়া:

প্ৰথমে অফিচিয়েল ৱেবছাইট প্ৰথমে অফিচিয়েল ৱেবছাইট coalindia.in চাওক আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক। ইয়াৰ চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক। আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আৱেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু

প্ৰাৰ্থীয়ে অহা ৫ জানুৱাৰী, ২০২২ৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com