চাকৰি
মেকানিক নিযুক্তিৰ বাবে কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ আবেদন আহ্বান
কোচিন শ্বিপয়াৰ্ড লিমিটেডে মেকানিক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ৬১টা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৮-২০২০।
আবেদনৰ নিয়মঃ https://cochinshipyard.com/ত সকলো তথ্য পাব।
আৰু চাব পাৰেঃ নেচনেল হাউছিং বেংকত উপ-মহা প্ৰৱন্ধকৰ পদখালী