Top
Begin typing your search above and press return to search.

পশু চিকিৎসক নিযুক্তিৰ বাবে ক'মফেডৰ আবেদন আহ্বান

ক’মফেডে পশু চিকিৎসক নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ৷

পশু চিকিৎসক নিযুক্তিৰ বাবে কমফেডৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Sep 2020 1:49 PM GMT

নিযুক্তিঃ বিহাৰ ৰাজ্যিক দুগ্ধ সমবায় ফেডাৰেচন লিমিটেডৰ দ্বাৰা নিযুক্তি ৷

খালী পদৰ সংখ্যাঃ ২৯টা ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০চেপ্টেম্বৰ, ২০২০ ৷

শিক্ষাগত অৰ্হতাঃ পশু চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী ৷

বয়সৰ সীমাঃ ১৮ৰ পৰা ৪০বছৰ ৷ অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব ৷

দৰমহাঃ ৯, ৩০০টকাৰ পৰা ৩৪, ৮০০টকা ৷

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ৷

আৰু চাব পাৰেঃ জগজীৱন ৰাম পশ্চিম ৰেলৱে হাস্পতালত পদখালী

Next Story