চাকৰি
পশু চিকিৎসক নিযুক্তিৰ বাবে ক'মফেডৰ আবেদন আহ্বান
ক’মফেডে পশু চিকিৎসক নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ৷
নিযুক্তিঃ বিহাৰ ৰাজ্যিক দুগ্ধ সমবায় ফেডাৰেচন লিমিটেডৰ দ্বাৰা নিযুক্তি ৷
খালী পদৰ সংখ্যাঃ ২৯টা ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০চেপ্টেম্বৰ, ২০২০ ৷
শিক্ষাগত অৰ্হতাঃ পশু চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী ৷
বয়সৰ সীমাঃ ১৮ৰ পৰা ৪০বছৰ ৷ অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব ৷
দৰমহাঃ ৯, ৩০০টকাৰ পৰা ৩৪, ৮০০টকা ৷
আৰু চাব পাৰেঃ জগজীৱন ৰাম পশ্চিম ৰেলৱে হাস্পতালত পদখালী