Begin typing your search above and press return to search.

এন এইচ পি চি নিযুক্তি ২০২২ - কন্সালটেন্তৰ পদ খালী

নেচনেল হাইড্ৰ' ইলেকট্ৰিক পাৱাৰ কৰ্পৰেচনত কন্সালটেন্তৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আৱেদন বিচৰা হৈছে

এন এইচ পি চি নিযুক্তি ২০২২ - কন্সালটেন্তৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2021 12:58 PM GMT

এন এইচ পি চি :

নেচনেল হাইড্ৰ' ইলেকট্ৰিক পাৱাৰ কৰ্পৰেচন হৈছে ভাৰতৰ হাইড্ৰ' পাৱাৰ উন্নয়নৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে হাইড্ৰ' প্ৰকল্পৰ লগত জৰিত আঁচনি সমূহৰ পৰিকল্পনাৰ লগতে তাক উপভোক্তা সকলৰ বাবে উপযোগী কৰালৈকে সকলো কাম পৰিচালিত কৰে। এই বিশেষ বিভাগক দুটি পৃথক ভাগত বিভক্ত কৰা হৈছে, সৌৰ শক্তি আৰু বায়ু শক্তি।

এন এইচ পি চি বিভাগত পদ খালী :

নেচনেল হাইড্ৰ' ইলেকট্ৰিক পাৱাৰ কৰ্পৰেচনত শেহতীয়া ভাৱে কন্সালটেন্তৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

কন্সালটেন্ত

খালী পদ

০১

দৰমহা

,৭৫,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

ফাৰিদাবাদ - হাৰিয়ানা

বয়স

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীৰ অধিকতম বয়স ৬৫বছৰ হ'ব লাগিব, ০১ মাৰ্চ ২০২২ৰ মতে

বাছনি প্ৰক্ৰিয়া

ব্যক্তিগত সাক্ষাৎকাৰ

অন্তিম তাৰিখ

১২ জানুৱাৰী ২০২২

ৱেবছাইট

nhpcindia.com


শিক্ষাগত অৰ্হতা :

এন এইচ পি চিৰ অফিচিয়েল অধিসূচনা অনুসৰি

তলত উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক :

• অফিচিয়েল ৱেবচাইট nhpcindia.com লৈ যাওঁক

• NHPC কেৰিয়াৰ বা নিযুক্তি লৈ গৈ আৱেদন কৰিব বিচৰা পদ বিচাৰক

• কন্সালটেন্তৰ চাকৰিৰ অধিসূচনা আৰু অৰ্হতা পৰ্যবেক্ষণ কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• যদিহে আপুনি যোগ্য, তেনে শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক

• আৱেদন মাছুল জমা কৰক আৰু অন্তিম তাৰিখ ১২ জানুৱাৰী ২০২২ৰ পূৰ্বে নিজৰ আৱেদন জমা কৰক

• ভবিষ্যত প্ৰয়োজনৰ বাবে আৱেদন নং সংগ্ৰহ কৰক


আৰু পঢ়ক : ডি পি এফ ডি নিযুক্তি ২০২১ - উপ নিৰ্দেশকৰ পদ খালী


Next Story
চাকৰি