চিৱিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্ট, গুৱাহাটীত পদ খালী

চিএছএপি গুৱাহাটীয়ে ৫ টা বিক্ৰী আৰু বিপণন কাৰ্যবাহী খালী পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
চিৱিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্ট, গুৱাহাটীত পদ খালী
Published on

চিৱিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্টৰ বিষয়ে - ই হৈছে হৈছে উত্তৰ-পূব ভাৰতৰ গুৱাহাটীত অৱস্থিত এক মুখ্য প্ৰশিক্ষণ প্ৰতিষ্ঠান। ইয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগ, অসম লোকসেৱা আয়োগ, কৰ্মচাৰী বাছনি আয়োগ আৰু অন্যান্য বেঙ্কিং পৰীক্ষাৰ অধীনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ  প্ৰদান কৰে।  সমগ্ৰ ৰাজ্যৰ দ্ৰুততম বিকাশশীল প্ৰতিষ্ঠানসমূহৰ ভিতৰত ই অন্যতম। ইয়াৰ ৬ টা শাখা আছে।

চিৱিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্টৰ (চিএছএপি), গুৱাহাটীয়ে ৫ টা বিক্ৰী আৰু বিপণন কাৰ্যবাহী খালী পদৰ নিযুক্তিৰ বাবে আবেদন  বিচাৰিছে। 

পদৰ নাম -বিক্ৰী আৰু বিপনন কাৰ্যবাহী

চাকৰিৰ স্থান- গুৱাহাটী, অসম।

খালী পদৰ সংখ্যাঃ ০৫ টা।

দৰমহা -মাহিলী ১০,০০০/- টকা + টিএ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখঃ- ২০/১১/২০২১

বয়সৰ সীমাঃ-যুৱ গতিশীল পেছাদাৰী

শিক্ষাগত অৰ্হতা - স্নাতক বা তাতকৈ অধিক ।

আবেদনৰ প্ৰক্ৰিয়া- আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে তেওঁলোকৰ বায়োডাটা  gm.csapassam@gmail.com লৈ প্ৰেৰণ কৰিব পাৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com