খালী পদৰ সংখ্যাঃ ১৯৬টা।
বয়সৰ সীমাঃ সৰ্বনিম্ন ১৮ বছৰ আৰু সৰ্বোচ্চ ৪০ বছৰ।
শিক্ষাগত অৰ্হতাঃ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বা ডিপ্লমা থাকিব লাগিব।
প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাত্কাৰ।
আবেদনৰ মাচুলঃ নাই।
আবেদন জনোৱাৰ বাবে চি বি এছ ই-ৰ ৱেবছাইট চাওক।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ উপ-মহাপ্ৰৱন্ধক নিযুক্তিৰ বাবে এপেক্স বেংকৰ আবেদন আহ্বান