Begin typing your search above and press return to search.

CSIR-NEIST-ত বৈজ্ঞানিক প্ৰশাসনিক সহায়কৰ পদ খালী

দ্য নৰ্থ-ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকনোলজীয়ে বৈজ্ঞানিক প্ৰশাসনিক সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

CSIR-NEIST-ত বৈজ্ঞানিক প্ৰশাসনিক সহায়কৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jan 2022 12:00 PM GMT

চি এছ আই আৰ-নেইষ্টৰ বিষয়েঃ

অসমৰ যোৰহাটস্থিত দ্য নৰ্থ-ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকনোলজী হৈছে নতুন দিল্লীস্থিত কাউন্সিল অৱ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ গাঁথনিক উপাদান। এই প্ৰতিষ্ঠান বহু-শাখাৰ গৱেষণা আৰু বিকাশ (R&D)-ৰ কামত জড়িত।

১৯৬১-ত যোৰহাটত প্ৰতিষ্ঠা কৰা হয়। পূৰ্বে ইয়াৰ নাম আৰ আৰ এল আছিল।

CSIR-NEIST-ত নিযুক্তি-২০২২ঃ

দ্য নৰ্থ-ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকনোলজীয়ে বৈজ্ঞানিক প্ৰশাসনিক সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে:

পদৰ নাম

বৈজ্ঞানিক প্ৰশাসনিক সহায়ক

খালী পদ

০১টা।

চাকৰিৰ স্থান

অসম।

দৰমহা

মাহিলী ১৮ হেজাৰ টকাৰ লগতে ৮ শতাংশ ঘৰভাড়া বানচ।

অন্তিম তাৰিখ

২১ জানুৱাৰী,২০২২

বয়স

সৰ্বোচ্চ ৫০ বছৰ

আবেদনৰ মাচুল

বিনামূলীয়া

শিক্ষাগত অৰ্হতা:

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী।

অভিজ্ঞতাঃ

Bioinformatics and Computer Applications, প্ৰশাসনিক কামৰ অভিজ্ঞতা।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।




আৰু পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্য চিকিত্সা বিষয়া-নিৰাপত্তা বিষয়া নিযুক্তি


Next Story
চাকৰি