Begin typing your search above and press return to search.

তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ পদ খালী

এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।

তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2021 9:40 AM GMT

তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বিষয়েঃ

তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয় ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় ২০০৯ত সংসদে এখন আইনৰ জৰিয়তে প্ৰতিষ্ঠা কৰে। এই বিশববিদ্যালয়ৰ লগতে আন আঠখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰো ব্যৱস্থা কৰে চৰকাৰে। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকেও যাতে উচ্চ শিক্ষা লাভ কৰে, সেই উদ্দেশ্য এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে। ২০০৯ৰ নৱেম্বৰত ইংৰাজী বিভাগৰ আঠগৰাকী ছাত্ৰ-ছাত্ৰীৰে এই বি্ববিদ্যালয় আৰম্ভ হয়। এই বিশ্ববিদ্যালয় থাঞ্জাভুৰৰ পৰা ৬০ কিলোমিটাৰ নিলগৰ থিৰুভাৰুৰৰ কালেক্টৰেট এনেক্সত অৱস্থিত।


তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পদ খালীঃ

তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে প্ৰকল্প সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে এই বিষয়ে তলত সবিশেষ তথ্য চাব পাৰেঃ



এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰকল্প সহকাৰী

পদ

১ টা।

বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ।


দৰমহা

মাহিলী ১৫, ০০০টকা।

চাকৰিৰ স্থান

তিৰুভাৰুৰ, তামিলনাডু।

সাক্ষাতকাৰৰ তাৰিখ

২৭ ডিচেম্বৰ, ২০২১।

বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ। লিখিত পৰীক্ষা।

ৱেবছাইটঃ cutn.ac.in


শিক্ষাগত অর্হতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্য়ালয়ৰ পৰা উদ্যানশস্য / কৃষিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।


আবেদন প্ৰক্ৰিয়া :

অফিচিয়েল ৱেবছাইট @ cutn.ac.in চাওক আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক। অফিচিয়েল ৱেবছাইট বা অধিসূচনা লিংকৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰক। আবেদন পত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো পৰীক্ষা কৰক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক

আবেদন পত্ৰ অহা ২০ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ manivannan@cutn.ac.inলৈ প্ৰেৰণ কৰিব পাৰে।


আৰু চাব পাৰে : জৱাহৰলাল নেহৰু স্নাতকোত্তৰ প্ৰতিষ্ঠানত পদ খালী

Next Story
চাকৰি