কেন্দ্ৰীয় জল আয়োগ (CWC), মেঘালয়ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
কেন্দ্ৰীয় জল আয়োগ (CWC), মেঘালয়ত পদখালী
Published on: 

কেন্দ্ৰীয় জল আয়োগ মেঘালয়ত খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : গুদাম ৰক্ষক

খালী পদৰ সংখ্যা : ০১

দৰমহা : ১৯,৯০০ - ৬৩,২০০টকা (মাহিলী) । 

বয়স : ৫৬বছৰ

অৱস্থান : শ্বিলং, মেঘালয়

অন্তিম তাৰিখ : ২১/০৯/২০২১

আবেদন প্ৰক্ৰিয়া : অফলাইন

ৱেবচাইট : cwc.gov.in

অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰৰ লগতে, প্ৰয়োজনীয় নথি পত্ৰ B & BBO, CWC, শ্বিলঙৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com