দৰং কলেজত কম্পিউটাৰ ছায়েন্স বিভাগত ফেকাল্টী পদ খালী

এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স আদিৰ তথ্য তলত পাবঃ
দৰং কলেজত কম্পিউটাৰ ছায়েন্স বিভাগত ফেকাল্টী পদ খালী
Published on: 

দৰং কলেজৰ বিষয়েঃ দৰং কলেজ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তেজপুৰত অৱস্থিত। ১৯৪৫ত ৮ গৰাকী শিক্ষয়-শিক্ষয়িত্ৰী আৰু ১১২ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ স্থাপিত এই কলেজক মাজে-সময়ে উত্তৰ পাৰৰ নালন্দা আখ্যা দিয়া হয়। ১৯৫৩ত এই মহাবিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুমোদন লাভ কৰে। 

দৰং কলেজে কম্পিউটাৰ ছায়েন্স বিভাগত ঠিকাভিত্তিক অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন জনাব পাৰে। 

এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স আদিৰ তথ্য তলত পাবঃ 

পদৰ নামঃ কম্পিউটাৰ ছায়েন্স বিভাগত ঠিকাভিত্তিক অধ্যাপক। 

খালী পদৰ সংখ্যাঃ ১ টা।

বয়সৰ সীমাঃ উল্লেখ নাই।

দৰমহাঃ মাহিলী ১২ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮ নৱেম্বৰ, ২০২১। 

আবেদনৰ মাচুলঃ উল্লেখ নাই। 

শিক্ষাগত অৰ্হতাঃ বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)-ৰ নিয়ম অনুসৰি।

আগ্ৰহী প্ৰাৰ্থীয়ে বায়োডাটা আৰু আবেদন পত্ৰ অহা ১৮ নৱেম্বৰৰ ভিতৰত পোৱাকৈ  darrangcollege@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com