Begin typing your search above and press return to search.

MGNREGA চহৰা নিযুক্তি ২০২১ - ডাটা এণ্ট্ৰি অপাৰেটৰ পদ খালী

০১গৰাকী ডাটা এণ্ট্ৰি অপাৰেটৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন বিচৰা হৈছে

MGNREGA চহৰা নিযুক্তি ২০২১ - ডাটা এণ্ট্ৰি অপাৰেটৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Dec 2021 12:38 PM GMT

MGNREGA ৰ বিষয়ে :

মহাত্মা গান্ধী নিযুক্তি গেৰান্টি অধিনিয়ম ২০০৫ (নতুন নাম, "মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিযুক্তি অধিনিয়ম), হৈছে ভাৰতীয় শ্ৰম আইন আৰু সমান সংৰক্ষণ পদক্ষেপ যাৰ মূল উদ্দেশ্য সকলোৰে বাবে "কামৰ অধিনিয়ম" উপলব্ধ কৰোৱা। এই অধিনিয়ম প্ৰধান মন্ত্ৰী ড. মনমোহন সিঙৰ চৰকাৰৰ অধীনত এই আইন পাছ কৰোৱা হৈছিল ২৩আগষ্ট ২০০৫ চনত।

MGNREGA চহৰাত শেহতীয়া পদ খালী :

ব্লক উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, চেলা - ভোলাগঞ্জ C&RD ব্লক, চহৰাত শেহতীয়া ভাৱে ০১গৰাকী ডাটা এণ্ট্ৰি অপাৰেটৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ডাটা এণ্ট্ৰি অপাৰেটৰ

পদ

০১

দৰমহা

১২,০০০/- টকা, প্ৰীতি মাহে

সাক্ষাৎকাৰ

২১/১২/২০২১

অৱস্থান

অৱস্থান

শিক্ষাগত অৰ্হতা :

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেচন (BCA) উত্তীৰ্ণ হ'ব লাগিব আৰু লগতে ০২ বছৰীয়া কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ প্ৰয়োজনীয় প্ৰমাণ পত্ৰ প্ৰকৃত, আৰু স্বাক্ষৰ যুক্ত প্ৰতিলিপি, পাছপৰ্ট ফটো সহ অহা ২১ ডিচেম্বৰ ২০২১ তাৰিখে পুৱা ১০বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া ৱাক ইন সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

ঠিকনা : ব্লক উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, চেলা - ভোলাগঞ্জ C&RD ব্লক, চহৰা

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ


আৰু পঢ়ক : মেঘালয় উদ্যানশস্য বিভাগত নিযুক্তি ২০২১ - কণিষ্ঠ পৰামৰ্শদাতাৰ পদ খালী


Next Story
চাকৰি