ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ছবি আৰু টেলিভিচন প্ৰতিষ্ঠানত পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ছবি আৰু টেলিভিচন প্ৰতিষ্ঠানত পদ খালী
Published on

ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ছবি আৰু টেলিভিচন প্ৰতিষ্ঠান (পূৰ্বৰ জ্যোতি চিত্ৰবন ছবি আৰু টেলিভিছন ইনষ্টিটিউট)-এ প্ৰবক্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

খালী পদৰ সংখ্যাঃ ২টা। 

বয়সৰ সীামঃ প্ৰাৰ্থীৰ বয়স ২০২১ৰ ১ জানুৱাৰীত ২১ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব। 

দৰমহাঃ  মাহিলী ৫৭, ৭০০ টকাৰ পৰা ১, ৮২, ৪০০টকা। 

চাকৰিৰ স্থানঃ গুৱাহাটী।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী/আৰ্থিকভাবে পিছপৰাঃ ২৮৫. ৪০ টকা।  এছ চি /এছ টি /অ বি চি/এম অ বি চি: ১৮৫.৪০ টকা। 

আবেদন গ্ৰহণৰ শেষ তাৰিখ- ০৮-১১-২০২১। 

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী।  সংশ্লিষ্ট বিষয়ত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ তিনি বছৰীয়া ডিপ্লমা গ্ৰহণ কৰা হব লাগিব। তদুপৰি সংশ্লিষ্ট বিষয়ত চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাদানৰ ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

আবেদন জনাবলৈ অসম লোকসেৱা আয়োগৰ ৱেবছাইট https://apscrecruitment.in চাব। 

অনলাইন আবেদনৰ গ্ৰহণ আৰম্ভ হোৱাৰ তাৰিখঃ ০৮ -১০-২০২১ আৰু বন্ধ হোৱাৰ তাৰিখঃ ০৮-১১-২০২১। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com