ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত পৰামৰ্শদাতাৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত পৰামৰ্শদাতাৰ পদখালী
Published on: 

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত পৰামৰ্শদাতাৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : পৰামৰ্শদাতা

খালী পদৰ সংখ্যা : ০২টা

বয়স : অধিকতম ৫০বছৰ (১৫/১১/২০২১ৰ মতে)

দৰমহা : ১,৪৫,০০০/- টকা - ১,৬৫,০০০/- টকা (মাহিলী)।

পদৰ স্থান : নতুন দিল্লী

আবেদনৰ অন্তিম তাৰিখ : ০২/১১/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা অনুষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।

অভিজ্ঞতা :

নূন্যতম ৮বছৰীয়া অভিজ্ঞতা থাকিব লাগিব, যাৰ ২বছৰ প্ৰচাৰ মাধ্যম বা যোগাযোগ খণ্ডত হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহে নিজ আবেদন পত্ৰ, ভাৰতীয় ক্ৰিয়া সন্থাৰ অফিচিয়েল ৱেবচাইট যোগে দাখিল কৰিব লাগিব।

ৱেবচাইট : sportsauthorityofindia.nic.in

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com