আই আই টি গুৱাহাটীত সহকাৰী প্ৰকল্প অভিযন্তাৰ পদ খালী

এই বিষয়ে তলত সবিশেষ তথ্য উল্লেখ কৰা হল।
আই আই টি গুৱাহাটীত সহকাৰী প্ৰকল্প অভিযন্তাৰ পদ খালী
Published on: 

আই আই টি গুৱাহাটীয়ে সহকাৰী প্ৰকল্প অভিযন্তা নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। 

খালী পদৰ সংখ্যাঃ ০১টা। 

বয়সৰ সীমাঃ উল্লেখ নাই। 

দৰমহাঃ মাহিলী ৪১,৮৫০টকা। 

নিয়ুক্তিৰ স্থানঃ গুৱাহাটী। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০ অক্টোবৰ, ২০২১। 

অনলাইন সাক্ষাতকাৰৰ তাৰিখঃ ২২ অক্টোবৰ, ২০২১। 

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

প্ৰাৰ্থীয়ে https://www.iitg.ac.in- এই ৱেবছাইটত আবেদন পত্ৰ পূৰণ কৰিব লাগিব। সবিশেষ তথ্য এই ৱেবছাইটতে পাব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com