নিযুক্তকাৰী প্ৰতিষ্ঠানঃ Defence Electronics Research Laboratory।
পদঃ জুনিয়ৰ ৰিচাৰ্ছ ফেলো।
খালী পদৰ সংখ্যাঃ সাতটা।
বয়সক সীমাঃ সৰ্বোচ্চ ২৮ বছৰ।
শিক্ষাগত অৰ্হতাঃ প্ৰথম শ্ৰেণীৰ বি ই/বি টেক। তদুপৰি নেট বা গে'ট থকা হব লাগিব।
আৰু পঢ়িব পাৰেঃ বিভিন্ন অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চতুৰ্থবৰ্গৰ পদখালী