ডি আৰ ডি অ'ৰ গৱেষণা প্ৰতিষ্ঠানত জে আৰ এফ নিয়োগ

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা( ডি আৰ ডি অ’)-ৰ নিম্নোক্ত গৱেষণা প্ৰতিষ্ঠানত খালী হোৱা পদত নিয়োগৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে।
ডি আৰ ডি অ'ৰ গৱেষণা প্ৰতিষ্ঠানত জে আৰ এফ নিয়োগ
Published on: 

নিযুক্তকাৰী প্ৰতিষ্ঠানঃ Defence Electronics Research Laboratory।

পদঃ জুনিয়ৰ ৰিচাৰ্ছ ফেলো।

খালী পদৰ সংখ্যাঃ সাতটা।

বয়সক সীমাঃ সৰ্বোচ্চ ২৮ বছৰ।

শিক্ষাগত অৰ্হতাঃ প্ৰথম শ্ৰেণীৰ বি ই/বি টেক। তদুপৰি নেট বা গে'ট থকা হব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com