Delhivery.com ত কাৰ্যনিৰ্বাহকৰ পদখালী
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ডেলহীভাৰী.কম (Delhivery.com)-ৰ শ্বিলং আৰু তুৰাত ডেলহীভাৰী কাৰ্যনিৰ্বাহকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ আৰু লগতে ড্ৰাইভিং লাইচেঞ্চ থকা হ'ব লাগিব। ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে নিজৰ বায়ডাটা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : ডেলহীভাৰী কাৰ্যনিৰ্বাহক
খালী পদৰ সংখ্যা : ০৪ (শ্বিলং - ০২, তুৰা - ০২)
বয়স : ১৮ - ৩৫বছৰ
দৰমহা : ৯,০০০টকা, মাহিলী + ২,০০০টকা, বনাছ = ১১,০০০টকা, মাহিলী + পেট্ৰল + PF + ESIC
পদৰ অৱস্থান : মেঘালয়
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : উল্লেখিত নাই
অৰ্হতা :
এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ আৰু লগতে দ্রাইভিং লাইচেঞ্চ থকা হ'ব লাগিব।
আবেদন প্ৰক্ৰিয়া :
এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক উপযুক্ত প্ৰাৰ্থীসকলক উল্লেখিত ই- মেইলত নিজৰ বায়ডাটা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
মেইল : swapnalidutta957@gmail.com
প্ৰয়োজনীয় নথি পত্ৰ :
ড্ৰাইভিং লাইচেঞ্চ, বেংক পাচবুক, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড।
আৰু চাব পাৰেঃ তেজপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী