তেজপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী

এই বিষয়ে তলত অধিক তথ্য পাব।
তেজপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ  ৰিচাৰ্ছ ফেল'ৰ পদখালী
Published on: 

তেজপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল। 

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল' (JRF)

খালী পদৰ সংখ্যা : ০১টা

নিযুক্তিৰ স্থান : তেজপুৰ, অসম

বয়স : অধিকতম ২৮বছৰ

দৰমহা : ৩১,০০০টকা, মাহিলী + HRA (স্বীকাৰ্য অনুসৰি)

অন্তিম তাৰিখ : ০৮/১০/২০২১

প্ৰকল্পৰ নাম : Design of organic nitrile surrogates for the synthesis of aliphatic /aromatic / heteroaromatic nitriles : A reliable gateway to Azaheterocycles

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী ৰসায়ন বিজ্ঞান বিষয়ত ৫৫%নম্বৰ সহ M. Sc উত্তীৰ্ণ হ'ব লাগিব।

নতুবা সমান্তৰাল CGPA সহ NET/ GATE উত্তীৰ্ণ হ'ব লাগিব

আবেদনৰ প্ৰক্ৰিয়া :

সময়সীমা : ০৭/০৬/২০২৪ বা এই প্ৰকল্প শেষ হোৱালৈকে বা পৰবৰ্তী নিৰ্দেশ মুকলি হোৱালৈকে।

• ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত (enclosed as Annexure-I) দশম শ্ৰেণীৰ পৰা শিক্ষাগত প্ৰমাণপত্ৰ, জাতি মানপত্ৰ, অভিজ্ঞতা মানপত্ৰ, NET/ GATE বা সমান্তৰাল পৰীক্ষাত উত্তীৰ্ণ মানপত্ৰ আৰু শেহতীয়া ভাৱে স্বাক্ষৰ যুক্ত এখন বায়ডাটা প্ৰধান তদন্তকাৰীলৈ ই- মেইললৈ প্ৰেৰণ কৰিব লাগিব।

• বাছনি কৰা প্ৰাৰ্থী সকলক সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ কৰা হ'ব।

অধিক জানিবৰ বাবে যোগাযোগ কৰক :

ডক্টৰ উৎপল বৰা, প্ৰধান তদন্তকাৰী, ৰসায়ন বিজ্ঞান বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ - ৭৮৪০২৮, অসম।

মেইল : ubora@tezu.ernet.in বা utpal06@gmail.com

ফোন : +৯১ ৯৪৩৫৬৯৯৬৩৬(ম) বা +৯১-৩৭১২-২৭৫৬৭(টেলি ফোন)

বাছনি প্ৰক্ৰিয়া :

• বাছনি কৰা প্ৰাৰ্থী সমূহ নিজৰ প্ৰকৃত মানপত্ৰ সহ সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

• সাক্ষাৎকাৰ কৰ্তৃপক্ষই এই মানপত্ৰ পৰীক্ষণ কৰিব।

• সাক্ষাৎকাৰৰ উপস্থিত হোৱাৰ বাবে কোনো ধৰণৰ TA/ DA বিনিময় কৰা নহ'ব।

• আগৰ পৰাই কৰ্মৰত বা P.hd কৰি থকা প্ৰাৰ্থীয়ে ন' অভেকশ্যন মানপত্ৰ জমা কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com