টেলিকমিউনিকেচন বিভাগত নিযুক্তি ২০২০
টেলিকমিউনিকেচন বিভাগে খালী পদসমূহৰ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। বি.টেক আৰু বি ই ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলৰ বাবে ছাব ডিভিজনেল ইন্জিনিয়াৰ, জুনিয়ৰ টেলিকম অফিচাৰ পদসমূহত ০২-০৩-২০২০ তাৰিখলৈকে আবেদনসমূহ বিচৰা হৈছে।
পদৰ নাম - ছাব ডিভিজনেল ইন্জিনিয়া
শিক্ষাগত অৰ্হতা- ইলেকট্রিকেল অথবা ইলেকট্রিনিকছ
ইলেকট্রিকেল কমিউনিকেচন অথবা কম্পিউটাৰ চাইন্স অথবা টেলিকমিউনিকেচন অথবা ইনফৰমেচন টেকনলজি অথবা ইনষ্ট্ৰোমেনটেচন ত স্নাতক ডিগ্রীধাৰী হব লাগিব।
দৰমহা: ৪৭৬০০-১৫১১০০/-
বয়স সীমা- ৫৬ বছৰ
নিৰ্ধাৰিত তাৰিখ- ০২-০৩-২০২০
পদৰ নাম - জুনিয়ৰ টেলিকম অফিচাৰ
শিক্ষাগত অৰ্হতা-ইলেকট্রিকেল অথবা ইলেকট্রিনিকছ
ইলেকট্রিকেল কমিউনিকেচন অথবা কম্পিউটাৰ চাইন্স অথবা টেলিকমিউনিকেচন অথবা ইনফৰমেচন টেকনলজি অথবা ইনষ্ট্ৰোমেনটেচন ত স্নাতক ডিগ্রীধাৰী হব লাগিব।
দৰমহা- ৩৫৪০০- ১১২৪০০/-
বয়স সীমা - ৫৬ বছৰ
নিৰ্ধাৰত তাৰিখ-০২/০৩/২০২০
ঠিকনা : Director (Admin & West), 0/0 Director General Telecom HQ, 9th Floor, Sanchar Bhawan, New Delhi – 110001
বাচনি প্ৰক্ৰিয়া- ডিপিউটেচনৰ (deputation) ওপৰত ভিত্তি কৰি প্ৰাৰ্থী সমূহক নিৰ্বাচন কৰা হব।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম নিম্ন প্ৰাথমিক শিক্ষকৰ নিযুক্তি ২০২০