প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম নিম্ন প্ৰাথমিক শিক্ষকৰ নিযুক্তি ২০২০

প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম নিম্ন প্ৰাথমিক শিক্ষকৰ নিযুক্তি ২০২০
Published on: 

প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম নিম্ন প্ৰাথমিক শিক্ষকৰ নিযুক্তি ২০২০

প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম নিম্ন প্ৰাথমিক শিক্ষকৰ খালি পদ সমূহৰ বাবে উপযুক্ত প্ৰাৰ্থী ৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ সংখ্যা- ৫৫১৫

দৰমহা-১৪০০০- ৪৯০০০/-

আবেদনৰ শেষ তাৰিখ-১১/০২/২০২০

বয়স সীমা- ১জানুৱাৰী পর্যন্ত ১৮ ৰ ৩৮ বছৰ হব লাগিব।

(এচ. চি/এচ টি প্ৰাৰ্থীৰ বাবে ৫ বছৰ ৰেহাই।)

শিক্ষাগত অৰ্হতা-

* ছিনিয়ৰ ছেকেণ্ডাৰী ৫০% নম্বৰ, ২বছৰীয়া প্ৰাথমিক শিক্ষা ৰ ওপৰত ডিপ্লোমা । NCTE ৰ ২০০২ আইন অধীনত ছিনিয়ৰ ছেকেণ্ডাৰী ৪৫% নম্বৰ, ২বছৰীয়া প্ৰাথমিক শিক্ষা ৰ ওপৰত ডিপ্লোমা হব লাগিব।

অথবা ছিনিয়ৰ ছেকেণ্ডাৰী ৫০% নম্বৰ, ৪বছৰীয়া প্ৰাথমিক শিক্ষা (B.El.Ed.) অথবা ছিনিয়ৰ ছেকেণ্ডাৰী ৫০% নম্বৰ, ২বছৰীয়া শিক্ষাত (Special Education)ডিপ্লোমা আৰু NCTE আইনৰ অধীনত টেট (TET) উত্তীৰ্ণ হব লাগিব। ৫% এচ. চি/এচ টি(p)/এচ টি (h)/ অ বি চি/ এম অ বি চি আৰু শাৰীৰিক ভাৱে প্ৰতিবন্দী প্ৰাৰ্থীৰ।

** প্ৰাৰ্থীসকলে ২০০/- ১৫০/-(এচ. চি/এচ টি(p)/এচ টি (h) ) মাচুল আদায় কৰিব লাগিব আৰু বি পি এল প্ৰাৰ্থী বাবে এই মাচুল বিনামূলীয়া।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com