Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় উদ্যোগিক সংস্থান (NIT),শিলচৰত নিযুক্ত ২০২০

ৰাষ্ট্ৰীয় উদ্যোগিক সংস্থান (NIT),শিলচৰত নিযুক্ত ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Feb 2020 11:16 AM GMT

ৰাষ্ট্ৰীয় উদ্যোগিক সংস্থান (NIT),শিলচৰত নিযুক্ত ২০২০

ৰাষ্ট্ৰীয় উদ্যোগিক সংস্থান ( National Institute of Technology, NIT),শিলচৰ শিক্ষাপ্রতিষ্ঠানটেৱে প্ৰজেক্ট এচিচটেন্চ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে। প্ৰতিষ্ঠানটোৱে খন্তেকীয়া সময়ৰ বাবে "High-Pressure Phase Transitions, Electronic, Elastic and Optical Properties of Selected Defect Chalcopyrite Semiconductors for photodetector Application” প্ৰজেক্ট ৰ বাবে প্ৰজেক্ট এচিচটেন্চ ৰ প্ৰয়োজন।

পদৰ নাম- প্ৰজেক্ট এচিচটেন্চ

শিশুগত অৰ্হতা- ৬০% নম্বৰ ৰ সৈতে বিজ্ঞান শাখা ত স্নাতকোত্তৰ লগতে গণিত আৰু পদার্থ বিজ্ঞান বিষয় থাকিব লাগিব।

বয়স সীমা-৩৫ বছৰ

দৰমহা ১২০০০/- প্ৰতি মাহ (consolidated)

ইনটাৰভিউ তাৰিখ - ০৫/০২/২০২০

সময় - ৰাতিপুৱা ১১:০০

*ইনটাৰভিউৰ জৰিয়তে প্ৰাৰ্থী সকলক বাচনি কৰা হব

ঠিকনা: National Institute of Technology Silchar, Assam-788010 (INDIA)

* আবেদনকাৰী সকলক আগতীয়াকৈ আবেদনসমূহ উপযুক্ত নথিপত্ৰৰ ফটোকপি আৰু পাৰ্ছপোৰ্ট ফটোৰ সৈতে চি ভি আৰু পি আই মেইল যোগে পঠিয়াব লাগিব।

email. Dr. S. K. Tripathy, PI, Department of ECE, NIT Silchar, Assam-788010, Email: susantnits@gmail.com on or before 31 Jan 2020,

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক :Click Here

অন্য খবৰৰ বাবে পঢ়ক : ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ত নিযুক্তি ২০২০

Next Story
চাকৰি