Begin typing your search above and press return to search.

ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ত নিযুক্তি ২০২০

ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Feb 2020 11:11 AM GMT

ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ত নিযুক্তি ২০২০

ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ নিম্নলিখিত খালী পদ সমূহৰ পূৰণৰ বাবে অসম গেজেটৰ অংশ-IX- ত উপলব্ধ অনুচ্ছেদৰ ভাৰতীয় সংবিধানেৰ 5 আৰু 8 অনুচ্ছেদত সংযোজিত ভাৰতৰ নাগৰিক হব লাগিব।

পদৰ নাম - চাব ডিভিজন

পদৰ সংখ্যা-০১

শিক্ষাগত অৰ্হতা: স্নাতক কলা/বিজ্ঞান/বানিজ্য অথবা ফিজিক্যাল ইডুকেচনত ডিপ্লোমা অথবা ৩/৪ বছৰীয়া বি. পি ই ত স্নাতক।

দৰমহা- ২২০০০-৮৭০০০+গ্ৰেড পে ৯৪০০+ অন্য ভাত্তা

২)ফিজিকেল ইনষ্ট্ৰাকটৰ- ২৫

শিক্ষাগত অৰ্হতা: স্নাতক কলা/বিজ্ঞান/বানিজ্য অথবা ফিজিক্যাল ইডুকেচনত ডিপ্লোমা অথবা ৩/৪ বছৰীয়া বি. পি ই ত স্নাতক।

দৰমহা- ১৪০০০-৪৯০০০+গ্ৰেড পে ৮৭০০+ অন্য ভাত্তা ৩) জুনিয়ৰ এচচিটেন্ট-০২

শিক্ষাগত অৰ্হতা: স্নাতক কলা/বিজ্ঞান/বানিজ্য অথবা

এবছৰীয়া ডিপ্লোমা কম্পিউটাৰ ডিটিপি একচেল,ৱৰ্ড পাৱাৰ পইন্ট প্ৰেজেনটেচন ইনিটাৰনেট ব্ৰাউজিং

দৰমহা- ১৪০০০-৪৯০০০+গ্ৰেড পে ৮৭০০+ অন্য ভাত্তা

৪) প্ৰশিক্ষক (Coach) -০৩

* ফুটবল প্ৰশিক্ষক -০১

* পৰ্বতাৰোহী প্ৰশিক্ষক(mountaineering coach) -০২

শিক্ষাগত অৰ্হতা:

*স্নাতক কলা/বিজ্ঞান/বানিজ্য অথবা

এবছৰীয়া নেতাজী সুভাষ নেচনেল ইনচ

টিউটৰ পৰা স্পোর্টস কোচিংত ডিপ্লোমা হব লাগিব।

*স্নাতক কলা/বিজ্ঞান/বানিজ্য অথবা Method of Instruction course And Basis & Advance Course In Mountaineering.

ডিপ্লোমা হব লাগিব।

লিখিত বাচনি পৰীক্ষা/ কম্পিউটাৰ/ ফিজিকেল টেষ্ট (For Coach)

বয়স সীমা -২১ পৰা ৩৮

আবেদনৰ শেষ তাৰিখ- ২০-০২-২০২০

ঠিকনা- Directorate Of Sports & Youth Welfare, Assam, Rudra Singha Complex, Super Market, Dispur, Guwahati-6

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

Next Story