হোজাই  উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

হোজাই  উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০
Published on

হোজাই উপায়ুক্তৰ কাৰ্য্যালয় ত নিযুক্তি ২০২০

হোজাই উপায়ুক্তৰ কাৰ্য্যালয়ৰ খালী পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম: এডমিনিস্ট্রেটিভ অফিচাৰ

পদৰ সংখ্যা:০১

দৰমহা :২২,০০০-৮৭,০০০/- টকা

বয়স সীমা : কোনো বয়স সীমা নাই।

শিক্ষাগত অৰ্হতা: স্নাতক

আবেদনৰ শেষ তাৰিখ: ২০/০২/২০২০

বাচনি প্ৰক্ৰিয়া: কৰ্তৃপক্ষই বাচনি কৰি উলিওৱা প্ৰাৰ্থীসকলৰহে সাক্ষাৎকাৰ লোৱা হব।

অভিজ্ঞতা: ১৫ বছৰৰ কৰ্মৰত অভিজ্ঞতা (যিকোনো জিলা উপায়ুক্তৰ কাৰ্যালয় ত)

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে বয়সৰ প্ৰমাণ পত্র, শিক্ষাগত অৰ্হতা, অভিজ্ঞতা, বৰ্তমানৰ ঠিকনা স্ব-স্বাক্ষৰিত নথিপত্ৰ সমূহৰ লগত পাছপোর্ট ফটো লগতে যোৱা ৫ বছৰৰ বাৰ্ষিক গোপনীয় প্ৰতিবেদন (annual confidential report) লগতে ট্ৰেজৰী চালান ২০০/- টকা , ১০০/- টকা (এচ.চি/ এচ.টি ) Head of Account “0070-Other Administrative Service etc,” on or before 20th February 2020 positively to the “Office of the Deputy Commissioner, Hojai Sankardev Nagar, Assam-782442”. ঠিকনাত পঠিয়াব লাগিব।

ঠিকনা: Office of the Deputy Commissioner, Hojai Sankardev Nagar, Assam-782442

আবেদনৰ শেষ তাৰিখ- ২০/০২/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com