কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক  মুকলি বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক  মুকলি বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০
Published on: 

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুকলি বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুকলি বিশ্ববিদ্যালয়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: য়ং ৰিপোৰ্টাচ কমিউনিকেচন আৰু প্ৰোগেম মেনেজাৰ

পদৰ সংখ্যা: ০১

বয়স: কোনো বয়স সীমা নাই

দৰমহা: Negotiable

শিক্ষাগত অৰ্হতা: পাব্লিক এফেয়েৰচ, পলিটিকেল চাইন্স, চোচিয়েল ৱৰ্ক, জৰ্নেলিজিম মাচ কমিউনিকেচন।

অভিজ্ঞতা: ৫ বছৰীয়া মিডিয়া/এক্সটাৰ্নেল ৰিলেচন, কনটেন ডেভলপমেন্ট / ডেভলপমেন্ট চেক্টৰ , চোচিয়েল মিডিয়া কেম্পেনিং আৰু পাব্লিক এডভোকেচি ত অভিজ্ঞতা থাকিব লাগিব।

বাচনি প্ৰক্ৰিয়া: কৰ্তৃপক্ষই প্ৰাৰ্থীসমূহ বাচনি কৰি উলিওৱা।

ঠিকনা: Registrar Krishna Kanta Handiqui State Open University Patgaon, Rani, Guwahati- 781017, Assam, India

কেনেদৰে আবেদন কৰিব: ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন সমূহ Registrar Krishna Kanta Handiqui State Open University Patgaon, Rani, Guwahati- 781017, Assam, India অথবা registrar@kkhsou.in মেইলত ১২/০২/২০২০ তাৰিখৰ আগত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১২/০২/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com