কামৰূপ জিলাত ক্ষেত্ৰ বিষয়া নিযুক্তি

কামৰূপ জিলা উপায়ুক্তই দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
কামৰূপ জিলাত ক্ষেত্ৰ বিষয়া নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমাধাৰী অথবা স্থপতিৰ ডিপ্লমাধাৰী হব লাগিব। নতুবা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব। নাইবা পৰিসংখ্যা, ভূগোল, পৰিৱেশ বিজ্ঞান নতুবা ভূ-তত্বক এটা বিষয়ৰূপে লৈ ডিগ্ৰী লোৱা হব লাগিব। তদুপৰি কম্পিউটাৰৰ প্ৰাৰম্ভিক জ্ঞান বিশেষকৈ (MS Word/ Excel/ PowerPoint/ Internet usage/ emails আদিৰ জ্ঞান থাকিব লাগিব।বি চি এ কৰা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব।

চাকৰিৰ ম্যাদঃ ১১ মাহ।

সাক্ষাতকাৰৰ তাৰিখঃ ১৮-০৮-২০২০।

বয়সৰ সীমাঃ নূন্যতম ২১ আৰু সৰ্বোচ্চ ৩৫ বছৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com