Begin typing your search above and press return to search.

পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন আহ্বান

অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 July 2020 2:09 PM GMT

খালী পদৰ সংখ্যাঃ ১২৮টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

বয়সৰ সীমাঃ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ০১-০১-২০২০ত ১৮ৰ পৰা ৩৮ বছৰ। অৱশ্যে প্ৰাৰ্থীয়ে তিনি বছৰ আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৭-২০২০।

ঠিকনাঃ Directorate of Health Services Assam, Hengrabari. Guwahati. Assam. 781036.

প্ৰাৰ্থী বাছনিঃ অ' এম আৰ কাকতত লোৱা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। তাৰ পাছতে সংশ্লিষ্ট শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। সবিশেষ তথ্য সময়ত www.dhs.assam.gov.inত আপলোদ কৰা হ'ব।

সবিশেষ জানিবলৈ www.dhs.assam.gov.in চাওক।

আৰু চাব পাৰে ঃ প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে মিজোৰাম বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান

Next Story
চাকৰি